মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ। দয়োজন গুৰুৱে অসমীয়া জাতীয় জীৱনত অনেক খিনি অৱদান আগবঢ়াই থৈ গৈছে। এক শৰণ হৰিনাম ধৰ্ম সৃষ্টি কৰি তেওঁলোকে শ্ৰী কৃষ্ণৰ মহত্ব শিকাই থয় গৈছিল।আৰু এখন সমাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একেলগে ঐক্যতাবদ্ধ ভাৱে জীৱন যাপন কৰিবলৈ জ্ঞান দি থৈ গৈছিল। মই এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ অধ্যয়ন মঞ্চ নামৰ blog ৰ জৰিয়তে আপোনালোকক তেওঁলোক দুজনৰ অৱদান বোৰৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিম । কৃষ্ণ।। জয় গুৰু শংকৰ।